Gyan Panda Scholarship Test (GPST - 2023)
তলত দিয়া নিৰ্দেশনাসমূহ পঢ়ি ফৰ্মখন fill up কৰি Test ৰ বাবে registration কৰিব পাৰিবা।
এইবাৰ দশম শ্ৰেণীত নামভৰ্তি কৰা সকলোৱে (যিসকলে 2024 ত মেট্ৰিক দিব, SEBA BOARD) Scholarship Test টো দিব পাৰিব।
Gyan Panda Scholarship Test কি?
কেনেদৰে Form Fill up কৰিবা?
Scholarship ৰ সকলো কথা জানিবলৈ তলৰ ভিডিঅʼটো চোৱা:
No Registration Fees.
Test Time & Date: 10 AM(দিনৰ 10 বজাত), 14th May 2023.
Duration: 90 minutes
মাধ্যম: অসমীয়া আৰু ইংৰাজী(SEBA)
Syllabus:
Maths(Class 10):
1. বাস্তৱ সংখ্যা (এই Chapter টো Gyan Panda Appত Free কৈ Scholarship Test ৰ কাৰণে পঢ়িব পাৰিবা)
2. বহুপদ (এই Chapter টো Gyan Panda Appত Free কৈ Scholarship Test ৰ কাৰণে পঢ়িব পাৰিবা)
Science(Class 10):
1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (এই Chapter টো Gyan Panda Appত Free কৈ Scholarship Test ৰ কাৰণে পঢ়িব পাৰিবা)
2. পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ (এই Chapter টো Gyan Panda Appত Free কৈ Scholarship Test ৰ কাৰণে পঢ়িব পাৰিবা)
English(Class 10):
1. A Letter to God (এই Chapter টো Gyan Panda Appত Free কৈ Scholarship Test ৰ কাৰণে পঢ়িব পাৰিবা)
2. A Tiger in the Zoo (এই Chapter টো Gyan Panda Appত Free কৈ Scholarship Test ৰ কাৰণে পঢ়িব পাৰিবা)
English Grammar(Available on Gyan Panda app):
1. Critical Analysis (এই Topic টো Gyan Panda Appত Free কৈ Scholarship Test ৰ কাৰণে পঢ়িব পাৰিবা)
2. Verbs (এই Topic টো Gyan Panda Appত Free কৈ Scholarship Test ৰ কাৰণে পঢ়িব পাৰিবা)
3. Sentence Analysis (এই Topic টো Gyan Panda Appত Free কৈ Scholarship Test ৰ কাৰণে পঢ়িব পাৰিবা)
4. Tense
Mode: Gyan Panda এপত Test টো সম্পূৰ্ণ অনলাইন হ'ব। কেনেকৈ Test টো অনলাইনত দিব লাগিব, তাৰ বাবে Gyan Panda এপটোত ভিডিঅʼ দিয়া আছে ।
Question type: MCQ & NAT.
MCQ: এটা প্ৰশ্নৰ চাৰিটাকৈ উত্তৰ থাকিব। তাৰ ভিতৰত শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব।
NAT: NAT প্ৰশ্নৰ বাবে কেৱল প্ৰশ্নটোৰ উত্তৰৰ মানটো দিব লাগিব।
কোনো ধৰণৰ বৰ্ণনামূলক প্ৰশ্ন নাহে।
অধিক জানিবলৈ Gyan Panda এপত ভিডিঅʼ দিয়া আছে ।
Scholarship Details:
1st rank holder: Nokia or Samsung or Realme 11 Inch Tablet + ₹12000 টকাৰ জ্ঞান পাণ্ডাৰ দশম শ্ৰেণীৰ সম্পূৰ্ণ Video Class
2nd rank holder: Nokia or Samsung or Realme 10 Inch Tablet + ₹12000 টকাৰ জ্ঞান পাণ্ডাৰ দশম শ্ৰেণীৰ সম্পূৰ্ণ Video Class
3rd rank holder: Nokia or Samsung or Realme 8 Inch Tablet + ₹12000 টকাৰ জ্ঞান পাণ্ডাৰ দশম শ্ৰেণীৰ সম্পূৰ্ণ Video Class
4th rank holder: ₹2500 + ₹12000 টকাৰ জ্ঞান পাণ্ডাৰ দশম শ্ৰেণীৰ সম্পূৰ্ণ Video Class
5th rank holder: ₹2500 + ₹12000 টকাৰ জ্ঞান পাণ্ডাৰ দশম শ্ৰেণীৰ সম্পূৰ্ণ Video Class
6th rank holder: ₹1500 + ₹12000 টকাৰ জ্ঞান পাণ্ডাৰ দশম শ্ৰেণীৰ সম্পূৰ্ণ Video Class
7th rank holder: ₹1500 + ₹12000 টকাৰ জ্ঞান পাণ্ডাৰ দশম শ্ৰেণীৰ সম্পূৰ্ণ Video Class
8th rank holder: ₹1500 + ₹12000 টকাৰ জ্ঞান পাণ্ডাৰ দশম শ্ৰেণীৰ সম্পূৰ্ণ Video Class
9th rank holder: ₹1000 + ₹12000 টকাৰ জ্ঞান পাণ্ডাৰ দশম শ্ৰেণীৰ সম্পূৰ্ণ Video Class
10th rank holder: ₹1000 + ₹12000 টকাৰ জ্ঞান পাণ্ডাৰ দশম শ্ৰেণীৰ সম্পূৰ্ণ Video Class
পুৰস্কাৰসমূহ বেংক একাউন্টত পোনে পোনে দিয়া হ'ব বা ডাকযোগে পঠোৱা হ'ব।
Test ত স্থান প্ৰাপ্তসকলৰ Verification কৰা হ’ব ৷
একাধিক ছাত্ৰ বা ছাত্ৰীয়ে একে নম্বৰ লাভ কৰিলে কম সময়ত উত্তৰ submit কৰাৰ ভিত্তিত স্থান নিৰ্ণয় কৰা হ'ব।
Gyan Panda App link: https://play.google.com/store/apps/details?id=com.dpvtechnology.gyanpanda